হিন্দুৰ তেত্ৰিছ কৌটি দেৱ দেবীৰ ব্যাখ্যা ।
------ বাসুদেব উপাধায়
ডিব্ৰুগড়
দূৰভাষ : 7002403120
বেছিভাগ মানুহৰে এটা ভ্ৰান্ত ধাৰণা যে হিন্দু সকলৰ তেত্ৰিছ কোটি দেৱ দেৱী আছে ।। ইমান দেৱ দেবী থকা স্বত্তেও আমি কিয় ভয় কৰিব লাগে ।। পাকিস্তানক পৰাস্ত কৰিবলৈ আমাৰ আধা ভগৱানক পঠালেই হল ।। ভগৱানে যদি আমাৰ হৈ যুদ্ধ কৰিলেতো আমাৰ জয় নিশ্চিত ।।
এজনে ক'লে, আমেৰিকাৰ বৰ্তমানৰ জনসংখ্যাৰ সমান আমাৰ ভগৱানেই আছে ।। আমি হিন্দু 90 কোটি ।। তাৰ মানে তিনিজনৰ কাৰণে এজন ভগৱান ।।আমাৰ কোনো চিন্তাৰ কাৰণেই নাই ।।
ইমান ভগৱান কত থাকে বাৰু ? স্বৰ্গত নিশ্চয় সকলোৰে নিজৰ নিজৰ ফ্লেট আছে চাগে ।। এই সকলোবোৰ কথাত তেওঁৰ তাচ্ছিল্যৰ মধুৰ সুৰ স্পষ্ট ।।বন্ধুৰ তেত্ৰিছ কোটি ভগৱানৰ ভ্ৰান্তি ভাঙি দিলো ।।
আজিকালি আমাৰ মাজৰ চিউডো চেকুলাৰিজিমৰ মূখাপিন্ধা আৰু তুস্টিকৰণৰ ৰাজনীতি কৰা সকলেও নিজৰ হিন্দুত্বক তাচ্ছিল্য কৰি আনন্দ লভে।।বামপন্থী আৰু সংখ্যালঘূ টুকড়ে টুকড়ে গেংৰ সদস্য সকলেও আনন্দৰ ভাগ লয় ।।
আছলতে এই তেত্ৰিছ কৌটি মানে কি ? সংস্কৃতত কৌটি শব্দৰ আন এটা অৰ্থ হল প্ৰকাৰ ।। অৰ্থাৎ আমাৰ হিন্দুৰ তেত্ৰিছ প্ৰকাৰৰ দেব দেবী আছে।।
12প্ৰকাৰ হল :
আদিত্য, ধাতা, মিত, আৰ্যমা, শক্ৰা, বৰুণ, অঁশ, বিবাস্বান, পূষ, সবিতা, তবাস্থা, আৰু বিষ্ণু ।।
8প্ৰকাৰ হল :
বাসু,ধৰ,ধ্ৰুব,সোম,অনিল,অনল,প্ৰত্যুষ,আৰু প্ৰভাষ ।।
11 প্ৰকাৰ :
ৰুদ্ৰ, হৰ, বহুৰুপ, ত্ৰম্বক, অপৰাজিতা, বৃষাকাপি,কপাৰ্দী, ৰেৱত,মৃগব্যাধ,শৰ্বা,আৰু কপালী ।।
আৰু 2প্ৰকাৰ : অশ্বীনী আৰু কুমাৰ ।।
মুঠ : 12+8+11+2=33 প্ৰকাৰ (কোটি)।।
গতিকে এতিয়া নিশ্চয় এই তেত্ৰিছ কৌটি দেৱ দেবীৰ ভ্ৰান্তি দুৰ হব বুলি মোৰ ধাৰণা ।।
___________________________
Post a Comment