
বাল্যকাল, মই আৰু দেউতাৰ স্মৃতি
বাল্যকাল, মই আৰু দেউতাৰ স্মৃতি লীলা কান্ত তিমচিনা ডিব্ৰুগড় মই তেতিয়া সৰু।হয়তো তিনি বা চাৰি বছৰীয়া।কেইবাদিনৰ পৰা দেউতাৰ গা বেয়া।জ্বৰ উঠে।আৰু কিবাকিবি শাৰীৰিক অসুবিধা।মই বিশেষ বুজি নাপাওঁ।স্থানীয় চিকিৎসাই কাম নকৰাত তেজপুৰ মিছনেৰী হস্পিতালত …
Read story






