
জীৱনৰ উদ্দেশ্যৰ সন্ধানত
জীৱনৰ উদ্দেশ্যৰ সন্ধানত ড° নির্মলা দেৱী, গুৱাহাটী (এক) ড° ভক্তি দেৱী। এগৰাকী চিভিল ইঞ্জিনিয়াৰ। যোৱা পঁচিছ বছৰে অষ্ট্ৰেলিয়াৰ ছিডনী চহৰত সুদক্ষ চিভিল প্রযুক্তিবিদ হিচাপে পেয়জল (খোৱাপানী) আৰু ভূজল সম্পর্কে কোম্পানী আৰু অনুষ্ঠানসমূহক দিহা-পৰাম…
Read story






