Assamese Posts

The Oxygen Times

Assamese Posts

56 stories

       নৱবৰ্ষ

নৱবৰ্ষ

নৱবৰ্ষ ধ্ৰুৱ ভূষণ মহন্ত, ঢেকিয়াজুলি, শোণিতপুৰ, অসম আইৰ সংকটৰ কালতে শীতৰ কুঁৱলি ফালি ন সুৰুজৰে সাজি কাছি নৱবৰ্ষ পালেহি আহি I নৱবৰ্ষৰ নৱ প্ৰভাতে কাণে কাণে কলে সংগোপনে মই আহিছো তোমাৰ কাষলৈ লোৱানা মোক আদৰি মৰমেৰে, অত দিনে আইৰ কাষতে থাকি

Read story
কি দুঃসময় একবিংশ শতিকাৰ:২০২০

কি দুঃসময় একবিংশ শতিকাৰ:২০২০

কি দুঃসময় একবিংশ শতিকাৰ:২০২০ ড০ ৰোহিত চন্দ্ৰ ৰাভা অধ্যক্ষ,নাৰেংকাটি উচ্চতৰ মাধ্যমিক বিদ্যালয়, শোণিতপুৰ, অসম নিলগত কি হাহাকাৰ সামাজিক জীৱন মৃত্যুৰ বিভীষিকা আপোনজনৰ আৰ্তনাদ হৃদয়বোৰ গলিছে মামবাতিৰ দৰে গলি গালি সিহঁতো নি:শেষ হৈছে কাৰোবাৰ ঘৰ শ…

Read story
এটি অবিস্মৰণীয় ক্ষণ

এটি অবিস্মৰণীয় ক্ষণ

এটি অবিস্মৰণীয় ক্ষণ চিন্তামণি চম্লাগাঞী,বিষয়-শিক্ষক, লাইমেকুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, জিলা:ধেমাজি, অসম জুলাই মাহতে গম পাইছিলোঁ সূৰ্য বাহাদুৰ ছেত্ৰী নামৰ ল'ৰাজনে ফুলবাৰী অঞ্চললৈ সুনাম কঢ়িয়াই আনিছে | এই বছৰৰ উচ্চ মাধ্যমিক শিক্ষান্ত পৰী…

Read story
 শৈশৱ

শৈশৱ

শৈশৱ ( অসম সাহিত্য সভাৰ, ঢেকিয়াজুলি শাখাৰ সাহিত্য সভাৰ সৌজন্যত) প্ৰণিতা চহৰীয়া, প্ৰবক্তা, অসমীয়া বিভাগ, ঢেকিয়াজুলি কনিষ্ঠ মহাবিদ্যালয়, ঢেকিয়াজুলি, শোণিতপুৰ, অসম। মনে বিচাৰে আজি মোৰ হেৰুওৱা শৈশৱৰ দিনবোৰ ক’ত এৰি আহিলোঁ মই প্ৰাণ খোলা হাঁহি…

Read story
ভাৰতীয় সাহিত্যত অনুবাদৰ ভূমিকা

ভাৰতীয় সাহিত্যত অনুবাদৰ ভূমিকা

ভাৰতীয় সাহিত্যত অনুবাদৰ ভূমিকা কৰবী বৰ্মন নলবাৰী, অসম ৭৮৯৬৯৪৫০৯৮ অনুবদ্যতে ইতি অনুবাদ+ঘঞ ইতি অনুবাদঃ। অনুবাদ শব্দৰ বুৎপত্তি গত অৰ্থ হ'ল পাঠটো আগত লৈ সেইমতে কৰা।মলিনিয়েৰ উইলিয়ামচৰ মতে 'saying after or again ,responding by way of explanat…

Read story
মাধৱ কন্দলীৰ ৰামায়ণ আৰু তুলসী দাসৰ ৰামচৰিতৰ এক তুলনামূলক আলোচনা

মাধৱ কন্দলীৰ ৰামায়ণ আৰু তুলসী দাসৰ ৰামচৰিতৰ এক তুলনামূলক আলোচনা

মাধৱ কন্দলীৰ ৰামায়ণ আৰু তুলসী দাসৰ ৰামচৰিতৰ এক তুলনামূলক আলোচনা ( তুলনামূলক সাহিত্য ) কৰবী বৰ্মন মালিগাঁও, গুৱাহাটী দুই বা তাতোধিক সাহিত্যৰাজিৰ তুলনামূলক বিচাৰেই হ'ল তুলনামূলক সাহিত্য । তুলনামূলক সাহিত্য শব্দটি ইংৰাজী Comparative literatu…

Read story
লেছেৰি বোটলা দিনবোৰ সোঁৱৰি...

লেছেৰি বোটলা দিনবোৰ সোঁৱৰি...

লেছেৰি বোটলা দিনবোৰ সোঁৱৰি... অঞ্জন বাচকোটা চমাৰ দলনি, চতিয়া, বিশ্বনাথ, অসম আঘোনৰ সোণোৱালী দিনবোৰ কৃষক বন্ধুসকলৰ বাবে সোণগুটি চপোৱাৰ বহু অপেক্ষাৰ দিন৷ অসমৰ গ্ৰামাঞ্চলৰ সকলো কৃষক ব্যস্ত হৈ পৰে এইকেইদিন৷ কাৰোবাৰ আইজং, চাপৰ আইজং, চৰকাৰী জহা, …

Read story
মৃত্যুৰ সৈতে মুখা মুখি : ১

মৃত্যুৰ সৈতে মুখা মুখি : ১

মৃত্যুৰ সৈতে মুখা মুখি : ১ লীলা কান্ত তিমচিনা, ডিব্ৰুগড়, Email: lilakanta.timsina@gmail.com আপুনি বাৰু জীৱনত প্ৰায় নিশ্চিত মৃত্যুৰ পৰা কেইবাৰ বাচিছে।মই কিন্তু কেইবাবাৰো বাচিছোঁ ।বেমাৰৰ কথা নকওঁ ইয়াত। দুৰ্ঘটনা বা মূৰ্খামীৰ কথাহে কম। মই তেত…

Read story
সফলতাৰ সোপান দূৰন্ত সপোন

সফলতাৰ সোপান দূৰন্ত সপোন

সফলতাৰ সোপান দূৰন্ত সপোন ড০ নিৰ্মলা দেবী গুৱাহাটী ৰ’মানা এক’ষ্টা বেনুএল’ছ [Romana Acosta Benuelos] মাৰ্কিন যুক্তৰাষ্ট˜ৰ প্ৰথম লেটিনো কোষাধ্যক্ষ [Latina Treasurer - ১৯৭১-১৯৭৪] আৰু এগৰাকী অসাধাৰণ উদ্যোগী ব্যৱসায়ী৷ আমেৰিকাৰ আৰিজ’না প্ৰদেশৰ মি…

Read story